--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ছিকিমত ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ৷ প্ৰকৃতিৰ ৰুষ্টৰূপে ছিকিমত প্ৰাণ কাঢ়িলে এগৰাকী শ্ৰমিকৰ৷ ভূমিস্খলনত প্ৰাণ অৰুণাচল প্ৰদেশৰ বাসিন্দা কালু তামাঙৰ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৫ বছৰ৷

 

ছিকিমত শ্ৰমিক হিচাপে কৰ্মৰত অৰুণাচল প্ৰদেশৰ কালু তামাঙৰ মঙলবাৰে ভূমিস্খলনত মৃত্যু হয়। ভূমিস্খলনটো এটা এজি নিৰ্মাণ কোম্পানী এলেকাত (মেছ ৰুম) সংঘটিত হৈছিল আৰু দুজন শ্ৰমিক গেংটক-নাথুলা ঘাইপথৰ ১৭ মাইলৰ ওচৰত ভূমিস্খলনৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰিছিল।


আন দুজন শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল আৰু উন্নত চিকিৎসাৰ বাবে গেংটকৰ এছ টি এন এম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। ভাৰতীয় সেনা, বন বিষয়া আৰু শ্বেৰথাং আৰক্ষী থানাই চলাইছিল যুটীয়া উদ্ধাৰ অভিযান৷

 

পৰৱৰ্তী সময়ত কৰ্মৰত সকলো শ্ৰমিককে ভূমিস্খলন সংঘটিত এলেকাৰ পৰা নতুন স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি, ছিকিম আৰক্ষীয়ে এক প্ৰতিবেদনযোগে সদৰী কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ