--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্রীয় মন্ত্রী প্রতাপৰাও যাদৱে মঙলবাৰে কয় যে কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিবলৈ মহিলাসকলৰ বাবে পৰৱর্তী পাঁচ-ছমাহৰ ভিতৰত এটা প্রতিষেধক উপলব্ধ হ’ব। ৯ বছৰৰ পৰা ১৬ বছৰ সময়ৰ ভিতৰৰ মহিলাসকলে এই প্রতিষেধক লোৱাৰ বাবে উপযুক্ত হ'ব। 

মঙলবাৰে এখন সংবাদমেলত এই তথ্য সদৰী কৰি স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু আয়ুষ (স্বতন্ত্র) দপ্তৰৰ কেন্দ্রীয় ৰাজ্য মন্ত্রী প্রতাপৰাও যাদৱে কয় যে প্রতিষেধকটোৰ গৱেষণা কার্য প্রায় সম্পূর্ণ হৈছে আৰু বর্তমান ইয়াৰ পৰীক্ষণ প্রক্রিয়া চলি আছে।

মন্ত্রীজনে কয় যে দেশত কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে আৰু এই সমস্যা সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰে এই পদক্ষেপ লৈছে। 

কেঞ্চাৰৰ আগতীয়া চিনাক্তকৰণৰ বাবে ৩০-ৰ ঊর্ধ্বৰ মহিলাসকলৰ বাবে হস্পিটেলসমূহত পৰীক্ষাৰ ব্যৱস্থাৰ লগতে ডে' কেয়াৰ কেঞ্চাৰ চেণ্টাৰসমূহো স্থাপন কৰা হ'ব বুলি মন্ত্রীজনে সদৰী কৰে। 

তেওঁ আৰু কয় যে কেঞ্চাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধসমূহত চৰকাৰে সীমা শুল্ক ৰেহাই দিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ