--°C
Loading...
Listen to Article
2 min read
80%

ডুবাই : ছৌডি আৰৱৰ ‘ৰেড লিষ্ট’ত ভাৰত। দেশখনৰ নাগৰিকে অহা তিনি বছৰলৈ ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব আৰু এই নীতি উলংঘা কৰা লোকৰ বিৰুদ্ধে বৃহৎ জৰিমণা আৰোপ কৰা হ’ব। বুধবাৰে এই নিষেধাজ্ঞা জাৰি কৰিছে গাল্ফ ৰাষ্ট্ৰখনে। কেৱল ভাৰতেই নহয়, আন কেইবাখনো দেশ ভ্ৰমণৰ পৰা বাৰণ কৰা গৈছে ছৌডিৰ নাগৰিকক। কিন্তু কিহৰ বাবে এই কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে দেশখনে? ইয়াৰ কাৰণ হৈছে ক’ভিড-১৯।

ছোডি প্ৰেছ এজেন্সিত প্ৰকাশিত বাতৰি অনুসৰি দেশখনৰ চৰকাৰে মন্তব্য কৰিছে যে, ‘নিষিদ্ধ ঘোষণা কৰা ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিলে তাক ক’ভিড বিধি উলংঘা কৰা বুলি ধৰা হ’ব।’ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে যে, দেশখনৰ গৃহমন্ত্ৰীয়ে ‘নো ট্ৰেভেল’ লিষ্টত থকা দেশসমূহ ভ্ৰমণ নকৰিবলৈ ইয়াৰ নাগৰিকক সকীয়াই দিছে। ক’ভিড সংক্ৰমণ অব্যাহত থকা দেশসমূহ এই তালিকাত আছে।

ছৌডিৰে ৰেড তালিকাত থকা দেশসমূহ হৈছে, ইউ এ ই, লিবিয়া, ছিৰিয়া, লেবানন, য়েমেন, ইৰাণ, তুৰস্ক, আৰ্মেনিয়া, ইথিঅ’পিয়া, ছোমালিয়া, কংগো, আফগানিস্তান, ভেনিজুৱেলা, বেলাৰুছ, ভাৰত আৰু ভিয়েটনাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ