--°C
Loading...
Listen to Article
2 min read
80%

গোৱালপাৰা : ছত্তিশগড়ত বিজাপুৰৰ সংঘৰ্ষত ছহিদ অসমৰ বীৰ জোৱান৷ মাওবাদীৰ আক্ৰমণত ছহিদ হোৱা জোৱানজন হৈছে গোৱালপাৰাৰ দুধনৈৰ পাতপাৰাৰ বাবলু ৰাভা৷ চিআৰপিএফৰ কোব্ৰা ৰেজিমেণ্টৰ জোৱান আছিল ৰাভা৷ উল্লেখ্য যে, ছত্তিশগড়ৰ বিজাপুৰ জিলাত শনিবাৰে সংঘটিত হৈছিল এই ভয়াৱহ সংঘৰ্ষ।

আৰু পঢ়িব পাৰিব :দেশত লকডাউন লাগিবই! এইমছৰ মুৰব্বীৰ উদ্বেগজনক মন্তব্য

এজন দুধ্বৰ্ষ মাওবাদী নেতাৰ উপস্থিতিৰ তথ্যৰ পম খেদি অভিযান চলাইছিল নিৰাপত্তাবাহিনীয়ে। ইপিনে প্ৰথম অৱস্থাত মাওবাদীৰ আক্ৰমণত ৮জন নিৰাপত্তা বাহিনীৰ জোৱান নিহত হৈছিল আৰু আন ১৮জন সন্ধানহীন হৈ আছিল বুলি জানিব পৰা গৈছিল৷ কিন্তু বৰ্তমানৰ খবৰ অনুসৰি, নিহত জোৱানৰ সংখ্যা ২৩লৈ বৃদ্ধি।

আৰু পঢ়িব পাৰিব :ছাত্ৰী নিৰ্যাতন : ৫ দিনৰ অন্তত এজাহাৰ দাখিল আইআইটি কৰ্তৃপক্ষৰ

ইপিনে ছহিদ বাবলু ৰাভাৰ খবৰে কান্দোনত ভাঙি পৰিছে মাতৃ-পত্নী, একমাত্ৰ কন্যা৷ বীৰ জোৱানজনৰ প্ৰতি গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ