--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিনীয় কাৰণত ডায়েবেটিছ ৰোগ হ’ব পাৰে যদিও সাধাৰণতে আমাৰ ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেও এই ৰোগ হয়। কেৱল ভাৰতেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়াৰ কবলত পৰিছে। ডায়েবেটিছৰ কাৰণে আন বহু ৰোগৰ আশংকাও উদ্ভৱ হয়। ইয়াত ইনচুলিনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, যিটো হৰম’নৰ সহায়ত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। ডায়েবেটিছে ইনচুলিনৰ নিঃসৰণত প্ৰভাৱ পেলায়। ছুগাৰ কণ্ট্ৰলত ৰাখিবলৈ কোনটো পাকঘৰৰ বস্তু খাব পাৰি জানো আহক।

লং খালে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ হয়

ডায়েবেটিছ ৰোগীয়ে নিয়মীয়া খাদ্যত লং অন্তৰ্ভুক্ত কৰিব লাগিব। এই গৰম মছলা সাধাৰণতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু সম্ভৱতঃ অতি কম সংখ্যক লোকেহে জানিব যে ইয়াক ব্যৱহাৰ কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ডায়েবেটিছ ৰোগীৰ বাবে লং কোনো আশীৰ্বাদতকৈ কম নহয় কাৰণ ইয়াৰ এণ্টিডায়েবেটিক আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে। এই মছলাৰ ব্যৱহাৰে ডায়েবেটিছ ৰোগীক কেনেদৰে উপকৃত কৰে জানো আহক।

ডায়েবেটিছ ৰোগীৰ বাবে লং কিয় উপকাৰী?

লঙৰ ডায়েবেটিক প্ৰতিৰোধী গুণ আছে, যাৰ বাবে লঙৰ তেল সেৱন কৰিলে ইনচুলিন আৰু গ্লুক’জৰ প্ৰতিক্ৰিয়াৰ ব্যৱস্থা বৃদ্ধি পায়। এই গৰম মছলাত উপস্থিত এণ্টিঅক্সিডেণ্টে অগ্নাশয়ৰ কাৰ্য্যকলাপ উন্নত কৰাত সহায় কৰে। পেনক্ৰিয়াচ হৈছে আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ যাৰ যোগেদি ইনচুলিন উৎপন্ন হয়। সেইবাবেই মধুমেহ ৰোগীয়ে যিসকলে দৈনিক লং সেৱন কৰে, তেওঁলোকে চেনিৰ মাত্ৰা বজাই ৰখাৰ চিন্তা কৰিব নালাগে।

ডায়েবেটিছ ৰোগীয়ে লং কেনেকৈ ব্যৱহাৰ কৰিব লাগে?

ইয়াৰ বাবে এচামুচ লং মিহিকৈ পিহি লওক।
এতিয়া এই গুড়ি একাপ পানীত দি ১০ মিনিটমান উতলাব।
উতলিলে আধা চামুচ চাহপাত দি অলপ সময় থৈ দিব।
এতিয়া এই তৰল পদাৰ্থটো ফিল্টাৰ কৰি ঠাণ্ডা হোৱালৈ অপেক্ষা কৰক।
এতিয়া এই তৰল পদাৰ্থ পান কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক