--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে চাহ বা কফি খায়, কিন্তু তাৰ আগতে বহুতে পানীও খায়। চাহ-কফি খোৱাৰ আগতে পানী খাব লাগে নে নাই সেই লৈ প্ৰায়ে বিভ্ৰান্তিৰ সৃষ্টি হয়। কিছুমানে চাহ-কফি খোৱাৰ আগতে পানী খোৱাটো প্ৰয়োজনীয় বুলি বিশ্বাস কৰে, আনহাতে কিছুমানে ভুল বুলি কয়। চাহ-কফি খোৱাৰ আগতে পানী খোৱাটো উপকাৰী নে ক্ষতিকাৰক সেই বিষয়ে জানো আহক।

উপকাৰী নে ক্ষতিকাৰক?

চাহ আৰু কফিত কেফেইন থাকে যিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াৰ আগতে পানী খায় তেন্তে উপকাৰ হয়। চাহ-কফি খোৱাৰ আগতে পানী খোৱাটোৱে বহু উপকাৰ সাধন কৰে। যদি আপুনি সন্ধিয়া বা ৰাতিপুৱা চাহ-কফি খাবলৈ গৈ আছে, তেন্তে তাৰ কমেও ১০-১৫ মিনিট আগতে পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ই শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।

দাঁতৰ বাবে উপকাৰীঃ চাহ বা কফি খালে দাঁত ক্ষয় হোৱাৰ ভয় থাকে। ইয়াত টেনিন নামৰ এটা পদাৰ্থ থাকে যিয়ে দাঁতৰ ৰঙৰ ক্ষতি কৰে। ইয়াৰ আগতে পানী খালে দাঁতৰ কোনো ক্ষতি নহয়, কাৰণ পানীয়ে দাঁতৰ বাবে সুৰক্ষামূলক স্তৰ গঠন কৰে।

এচিডিটি নাথাকেঃ খালী পেটত চাহ-কফি খালে বহুতৰে এচিডিটিৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। এচিডিটিয়ে আপোনাৰ পেটৰ ক্ষতি কৰিব পাৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ চাহ-কফি খোৱাৰ ১৫ মিনিট আগতে পানী খোৱাটো প্ৰয়োজনীয়। এইদৰে আলচাৰৰ আশংকাও এৰাই চলিব পাৰি।

ডিহাইড্ৰেচন ৰোধ কৰাঃ  খালী পেটত চাহ বা কফি খালে ডিহাইড্ৰেচন হ’ব পাৰে। ডিহাইড্ৰেচনৰ ফলত বহুতো ৰোগ হয়। চাহ-কফি খোৱাৰ আগতে পানী খালে ডিহাইড্ৰেচন সমস্যাৰ পৰা হাত সাৰিব পাৰি। এইদৰে পানী খোৱাৰ ফলত শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ নহয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক