--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সন্দেহবশতঃ পুখুৰীত বিচাৰে পৰিয়ালে। বিচাৰি থকাৰ মাজতেই গাঁৱৰ মানুহে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে পুখুৰীত।

ডিজিটেল ডেস্ক: বিহুৰ বতৰতে মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন। প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মায়ঙৰ কমাৰপুৰৰ এটা পৰিয়াললৈ নামি আহিল কাল অমানিশা।


গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি এজন যুৱকৰ। নিহত যুৱকজনৰ নাম প্ৰাঞ্জল ডেকা ( ৩২ )।


জানিব পৰা মতে পুৱা ৯ বজাত প্ৰাঞ্জলে ঘৰৰ পৰা পথাৰত গৰু এৰাল দিবলৈ গৈছিল। 


এৰাল দিব যোৱাৰ পিছত দুপৰীয়ালৈ যুৱকজন ঘৰলৈ ওভতি আহি নোপোৱাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে। 


সন্দেহবশতঃ পুখুৰীত বিচাৰে পৰিয়ালে। বিচাৰি থকাৰ মাজতেই গাঁৱৰ মানুহে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে পুখুৰীত।


ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।


জানিব পৰা মতে প্ৰাঞ্জল ডেকা মৃৰ্গী বেমাৰত আক্ৰান্ত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ