--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: ‘তেওঁ মোৰ অস্তিত্ব আছিল। আজি মই মোৰ জননীক হেৰুৱাই এক অসহনীয় বেদনা অনুভৱ কৰিছো। মোৰ মা অৰুণা ভাটিয়াই আজি পুৱা ইহলীলা সম্বৰণ কৰে৷’- বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ আজি মৃত্যু ঘটে। টুইটাৰত এক বেদনাসূচক পোষ্টৰে তেওঁৰ অনুৰাগীসকলৰ সৈতে এই কথা শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে৷


উল্লেখ্য যে, কিছুদিন আগতে, অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল৷ আৰু তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছিল। মাতৃ ভাটিয়াৰ অসুস্থৰ সংবাদ পায়েই দৌৰাদৌৰিকৈ ইংলেণ্ড ভ্ৰমণ আধাতে সামৰি মুম্বাইত উপস্থিত হৈছিল অক্ষয় কুমাৰ৷

অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ প্ৰতি থকা ভালপোৱাৰ কথাও সৰ্বজনবিদিত। সময়ে সময়ে নিজ মাতৃৰ বাবে কৰি অহা কামেৰে অভিনেতাগৰাকীয়ে বিশেষ প্ৰচাৰো লাভ কৰি আহিছে। আজিৰ এই দুৰ্ভাগ্যজনক ঘটনাই বাৰুকৈয়ে মৰ্মাহত কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতাজনক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ