--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি ৮৮ বছৰীয়া হ’ল কোকিলকণ্ঠী গায়িকা আশা ভোছলে। ভাৰতৰ সংগীত জগতক নিজৰ অৱদানেৰে সমৃদ্ধ কৰা আশা ভোছলেৰ জন্মদিনত শুভকামনা জনাইছে সংগীত আৰু অভিনয় জগতৰ অনেক ৰথী মহাৰথীয়ে। ভগ্নীক শুভকামনা জনোৱাত পিছ পৰি নাথকিল প্ৰবাদপ্ৰতীম গায়িকা লতা মংগেশকাৰো। টুইটযোগে ভগ্নীৰ সৈতে নিজৰ এখনি পুৰণি আলোকচিত্ৰ শ্বেয়াৰ কৰি লতা মংগেশকাৰে লিখে- -“ নমস্কাৰ।আজি মোৰ সৰু ভনী আশা ভোছলেৰ জন্মদিন।

মই তেওঁক বহুত আশীৰ্বাদ অৰু শুভকামনা জনাইছো। আশা এগৰাকী চমৎকাৰী প্ৰতিভাসম্পন্ন গায়িকা।তেওঁ দীৰ্ঘায়ু হওঁক। ভগৱানে তেওঁৰ লগতে তেওঁৰ পৰিয়ালক সদায়ে সুখী কৰি ৰাখক”। অন্য এটা টুইট বাৰ্তাত লতা মংগেশকাৰে আশা ভোছলেৰ এটি বিখ্যাত গীত “জুঠে নয়না বোলে” শ্বেয়াৰ কৰে। মংগেশকাৰে কয় যে আশা ভোছলেৰ এই গীতটো তেওঁৰ অন্যতম প্ৰিয় গীত।


আনহাতে মাধুৰী দীক্ষিতেও আশা ভোছলেৰ সৈতে তেওঁৰ বিশেষ মুহুৰ্তৰ এখনি আলোকচিত্ৰ শ্বেয়াৰ কৰি শুভকামনা জ্ঞাপন কৰে। ভোছলেৰ জন্ম দিনত অইন বহু সংখ্যক তাৰকাইও শুভেচ্ছা জনায়। তেওঁলোকৰ ভিতৰত মধুৰ ভাণ্ডাৰকাৰ, প্ৰসেনজিৎ চেটাৰ্জী অন্যতম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ