--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিদিনীয়া প্ৰস্তুতি মেচত ছন্দত দেখিবলৈ পোৱা গৈছে মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাক। চাৰিদিনীয়া প্ৰস্তুতি মেচৰ দ্বিতীয় দিনা মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাই তিনিটাকৈ উইকেট দখল কৰে। অৱশ্যে,  চেতেশ্বৰ পূজাৰাৰ বেটৰ পৰা নাহিল প্ৰত্যাশিত  ৰান। প্ৰথম ইনিংছত ২৪৪ ৰানতে সামৰণি পৰিছিল ভাৰতৰ ইনিংছ। ভাৰতৰ হৈ বিৰাটে ৩৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সৰ্বাধিক ৬০ ৰান সংগ্ৰহ কৰে এছ ভাৰতে। ভাৰতীয় বলাৰৰ ভিতৰত মহম্মদ ছামীয়ে ৩টা উইকেট দখল কৰে। ছাৰ্দুল ঠাকুৰ আৰু মহম্মদ ছিৰাজে ২টাকৈ উইকেট দখল কৰে।
 
দ্বিতীয় ইনিংছত বেটিং কৰি ভাৰতীয় দলটোৱে ১টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্ৰহ কৰিছে। দ্বিতীয় দিনৰ শেষত ক্ৰীজত বৰ্তি আছে কে এছ ভাৰত। তেওঁ ৩১ ৰানত অপৰাজিত হৈ আছে। শুভমন গীলৰ বেটৰ পৰা আহে ৩৮ ৰান। ৯ ৰানত অপৰাজিত হৈ আছে হনুমা বিহাৰী।

প্ৰস্তুতি মেচখনত মহম্মদ ছামীৰ উইকেট দখল কৰাৰ পিছত উদযাপনৰ এটা ভিডিঅ’ ক্লিপিং ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। গুৰুত্বপূৰ্ণ প্ৰস্তুত এতিয়া এইদৰেই ক্ৰীড়াসমৰ চলিছে দুয়োটা দলৰ মাজত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ