--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি চন্দ্ৰপৃষ্ঠত সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰযান-৩য়ে পদাৰ্পণ কৰিব৷ইছৰ’ৰ বিজ্ঞানীসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলাফলস্বৰূপে ভাৰতৰ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ স্বপ্ন সফল হোৱাৰ দিশত আগবাঢ়িছে৷কিন্তু এই সফলতাৰ বাটত ইছৰ’ৰ বৈজ্ঞানিক দলৰ লগত আগবাঢ়িছে দুই কৃতবিদ্য অসমীয়া৷

এই দুই কৃতি অসমীয়া ক্ৰমে লখিমপুৰৰ সন্তান চয়ন দত্ত আৰু তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা৷উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী সমাপন কৰাৰ পাছত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা সাং কৰে৷বৰ্তমান তেওঁ ইউ আৰ ৰাও ছেটেলাইট চেন্টাৰত বিজ্ঞানী হিচাপে কৰ্মৰত৷

ইপিনে নিধি শৰ্মাৰ পিতৃ গৃহ বৰাক উপত্যকাত যদিও তিনিচুকীয়াৰ দিবাকৰ দেবৰ লগত তেওঁৰ বিবাহ সম্পন্ন হৈছে৷নিধিৰ শহুৰেক দীপক দেব আৰু শাহুৱেক শিখা দেব৷উল্লেখ্য যে এই দুয়োজন অসমীয়া বিজ্ঞানী পূৰ্বতে চন্দ্ৰযান-২ৰ সৈতেও জড়িত আছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক