--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৰমনপ্ৰীত কৌৰ (Harmanpreet Kaur)ৰ নেতৃত্বত আগন্তুক কমনৱেলথ গেমছ (Commonwealth Games 2022) ২০২২ৰ বাবে মহিলা ক্ৰিকেট দল বাচনি কৰিছে বিচিচিআই (BCCI)-এ । ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্মিংহামত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ কমনৱেলথ গেমছ।

ভাৰতৰ প্ৰমিলা বাহিনীৰ সহ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে দলটোৰ ষ্টাৰ অ’পেনাৰ স্মৃতি মান্ধানা (Smriti Mandhana)। ১৯৯৮ চনত কুৱালালামপুৰত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত শেষবাৰৰ বাবে ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছিল। ২৪ বছৰৰ পাছত পুনৰ ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছে কমনৱেলথ গেমছত। ’৯৮-ত আছিল পুৰুষৰ ক্ৰিকেট। এইবাৰ মহিলা ক্ৰিকেট। স্বাভাৱিকতে, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এনে পদক্ষেপে আপ্লুত কৰি তুলিছে ক্ৰীড়ানুৰাগীক।

ভাৰতীয় দল: হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধানা, শ্বেফালী বাৰ্মা, সভিনেনী মেঘনা, তানিয়া ভাটিয়া, যস্তিকা ভাটিয়া, দীপ্তি শৰ্মা, ৰাজেশ্বৰী গায়কোৱাদ, পূজা বস্ত্ৰকাৰ, মেঘনা সিং, ৰেণুকা ঠাকুৰ, জেমিমা ৰড্ৰিগেজ, ৰাধা যাদৱ, হৰনীল দেউল আৰু স্নেহ ৰানা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ