--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘চৌৰি চৌৰা আন্দোলন’ৰ শতবৰ্ষীয় উদযাপনৰ শুভাৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাতে ব্ৰিটিছ প্ৰশাসনৰ সৈতে হিংসাত্মক প্ৰতিবাদত লিপ্ত হৈ পৰিছিল দেশৰ শ শ মুক্তি সংগ্ৰামীয়ে।

আৰু পঢ়িব পাৰিব : অসম-মিজোৰাম সীমান্তৰ চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ

১৯২২চনৰ ৪ ফেব্ৰুৱাৰীত এই ঘটনা সংঘটিত হৈছিল। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই অনুষ্ঠান উদ্বোধন কৰে মোডীয়ে। শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণিৰ কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি আন ভালেমান বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

আৰু পঢ়িব পাৰিব : আছুৰ কথা এতিয়া কোনেও নুশুনে, আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটিছেঃ অতুল বৰা

প্ৰধানমন্ত্ৰী মোডীয়ে এই অনুষ্ঠানৰ স্মাৰক হিচাপে এটা পোষ্টেল ষ্টাম্পো মুকলি কৰে। আজিৰ কাৰ্যসূচীত চৌৰি চৌৰাৰ ৯৯জন মুক্তি সংগ্ৰামীৰ পৰিয়ালক সন্মান যচা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ