--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: এক অনুষ্ঠানত 'হিন্দু দেৱ-দেৱীসকলক অপমান কৰা'ৰ অভিযোগত এমাহতকৈয়ো অধিক সময় ধৰি কাৰাগাৰত থকা ষ্টেণ্ডআপ কমেডিয়ান মুনাৱাৰ ফাৰুকীক আজি উচ্চতম ন্যায়ালয়ে অন্তৰৱৰ্তীকালীন জামিন প্ৰদান কৰে৷

আৰু পঢ়িব পাৰিব : অসম-মেঘালয়ৰ সীমান্তৱৰ্তীবাসীৰ ক্ষোভ, ভোট বৰ্জনৰ সিদ্ধান্ত!

মুনাৱাৰ ফাৰুকীৰ অধিবক্তাই যুক্তি দিছিল যে ক্ৰিমিনেল ক’ডৰ ধাৰা ৪১ অনুসৰি এজন ব্যক্তিক দণ্ডাধীশৰ আদেশ বা ৱাৰেণ্ট অবিহনে গ্ৰেপ্তাৰ কৰিব নোৱাৰি। উল্লেখ্য যে ইয়াৰ পূৰ্বে তিনিবাৰকৈ মুনাৱাৰ ফাৰুকি জামিন অস্বীকাৰ কৰা হৈছিল। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে তেওঁক ২৮ জানুৱাৰীত জামিন দিবলৈ অস্বীকাৰ কৰিছিল।

আৰু পঢ়িব পাৰিব : আঞ্চলিক শক্তিৰ মহামিলন : ‘এজেপি-ৰাইজৰ দল’ৰ আনুষ্ঠানিক মিত্ৰতা সম্পন্ন

২৯ বছৰীয়া কৌতুক অভিনেতাজনক ১ জানুৱাৰীত ইন্দোৰত এটা অনুষ্ঠান সম্পৰ্কত এজন বিজেপি বিধায়কৰ সন্তানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ লগতে আন চাৰিজনকো গ্ৰেপ্তাৰ কৰা হৈছিল। এজন বিজেপি বিধায়কৰ পুত্ৰ একলব্য সিং গৌৰৰ অভিযোগ অনুসৰি তেওঁলোক সকলোৰে বিৰুদ্ধে হিন্দু দেৱ-দেৱীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিষয়ে 'অকথ্য আৰু অভব্য কৌতুক' কৰাৰ অভিযোগ দাখিল কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ