--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নতুন দিল্লীৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা আজি সদ্য কংগ্ৰেছ ত্যাগী সুস্মিতা দেৱে সংবাদমেল সম্বোধন কৰে৷ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰিলে সুস্মিতা দেৱে৷

মমতা বেনাৰ্জীৰ ভিজন আৰু কৰ্মই অনুপ্ৰাণিত কৰিছে সুস্মিতা দেৱক৷ সংবাদমেলত দেৱে ভৱিষ্যতেও ছোনিয়া গান্ধীৰ আশীৰ্বাদ পাম বুলি আশাবাদী বুলি উল্লেখ কৰে৷ মমতা বেনাৰ্জীৰ সৈতে কেৱল ৰাজনৈতিক সম্পৰ্ক নাই, মমতা বেনাৰ্জীৰ দীৰ্ঘ পাৰিবাৰিক সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি চৰ্তবিহীনভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছো বুলি কয়৷

তেঁও লগতে কয়, "কংগ্ৰেছে মোক বহুত সুযোগ দিছে৷ যাৰ বাবে কংগ্ৰেছৰ ওচৰত, ছোনিয়া গান্ধীৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম৷" লগতে কয়, "মমতা বেনাৰ্জীৰ আদৰ্শই মোক অনুপ্ৰাণিত কৰিলে তেখেতে মোক যি দায়িত্ব ই অৰ্পণ কৰিব মই আন্তৰিকতাৰে পালন কৰিম৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ