--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ: ট’কিঅ’ অলিম্পিকত পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰে আগবঢ়াইছে উপহাৰ৷ অসমৰ প্ৰথমগৰাকী অলিম্পিক পদকজয়ী লাভলীনা বৰগোঁহাইলৈ উত্তৰ-প্ৰদেশ চৰকাৰে ১ কোটি টকা ঘোষণা কৰিছে৷

অলিম্পিকৰ পদকজয়ী আটাইকেইজন খেলুৱৈক সম্বৰ্ধনা জনাব৷ ইয়াৰ উপৰি অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাক দিব ২ কোটি টকা, ৰূপৰ পদক বিজয়ী মীৰাবাঈ, ৰবি দাহিয়ালৈ ১.৫০ কোটি আৰু ব্ৰঞ্জজয়ী ৪গৰাকী খেলুৱৈক দিব ১ কোটিকৈ টকা৷

আগন্তুক ১৯ আগষ্টত আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই ধন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ