--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শ্বাহজামাল হকৰ পৰা নগদ ৪ লাখ টকা, ৪খন এটিএম, ৬টা বেংকৰ পাছবুক আৰু ৪টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

ডিজিটেল ডেস্ক: বৰপেটাৰোডৰ হাউলীত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। 


হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰৰ নেতৃত্বত অভিযান চলাই চাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । 


ধৃত চাইবাৰ অপৰাধীটো বৰপেটাৰ কুমল্লীপাৰা গাঁৱৰ শ্বাহজামাল হক |


শ্বাহজামাল হকৰ পৰা নগদ ৪ লাখ টকা, ৪খন এটিএম, ৬টা বেংকৰ পাছবুক আৰু ৪টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। 


আৰক্ষীয়ে AS 01FV 6418 নম্বৰৰ এখন চাৰিচকীয়া মাৰুতি ছুইফ্ট বাহন জব্দ কৰিছে। 


ধৃত ছাইবাৰ অপৰাধীটোৱে বিভিন্নজন লোকৰ বেংক একাউন্টৰ পৰা কৌশলেৰে জমা ধন উলিয়াই নিছিল। 


এই সংক্ৰান্তত বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ খবৰৰ ভিত্তিত হাউলী আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত ছাহজামাল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 


ধৃত চাইবাৰ অপৰাধীটোক আজি আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ