--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মুম্বাই ড্ৰাগছ কাণ্ডই জোঁকাৰি গৈছিল বলীউড। প্ৰমোদতৰীৰ পৰা মুম্বাই আৰক্ষীয়ে আটক কৰিছিল বলীউড বাদশ্বাহ শ্বাহৰূখ পুত্ৰ আৰিয়ানক। আৰিয়ানৰ জামিনৰ আৱেদন কৰাৰ পাছতো বিফল মনোৰথ লৈ উভতিছিল কিং খানে। শ্বাহৰূখৰ তত্‍পৰতাতে আৰিয়ান আৰু তেওঁৰ দুই বন্ধু আৰবাজ মাৰ্চেণ্ট-মুনমুন ধামেচাক চলিত বৰ্ষৰ ২৮ অক্টোবৰত আদালতে জামিনৰ শুনানি দিছিল। অৱশেষত, মুম্বাই উচ্চ ন্যায়ালয়ে তিনিওজন অভিযুক্তক ১৩টা চৰ্তৰ ওপৰত ভিত্তি কৰি ২৯ অক্টোবৰত প্ৰদান কৰিছিল জামিন।

জামিনৰ চৰ্ত হিচাপে প্ৰতি শুক্ৰবাৰে এনচিবি কাৰ্যালয়ত উপস্থিত হোৱাটো একপ্ৰকাৰ বাধ্যতামূলক আছিল। এতিয়া, মুম্বাই উচ্চ ন্যায়ালয়ে আৰিয়ান খানক প্ৰতি শুক্ৰবাৰে এনচিবি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু বলীউড তনয়ে পৰৱৰ্তী সময়ত প্ৰমোদতাৰীৰ ড্ৰাগছ গোচৰৰ বিচাৰপতি ন্যায়াধীশ নীতিন চাম্বৰেই প্ৰদান কৰা জামিনৰ চৰ্তৰ সংশোধনী বিচাৰি কৰিছিল আৱেদন। মুম্বাই উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল আৰিয়ানে। অৱশেষত, মুম্বাই উচ্চ ন্যায়ালয়ে আৰিয়ানক দিলে ৰেহাই।এতিয়াৰে পৰা আৰু প্ৰতি শুকুৰবাৰে এনচিবিৰ কাৰ্যালয়ত উপস্থিত হ’ল নালাগে আৰিয়ানে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম