--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ড্ৰাগছ কাণ্ডত এইবাৰ নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ (এনচিবি)-এ আটক কৰিলে আন এজন বলীউড অভিনেতাক৷ বুধবাৰে পুৱা গ্ৰেপ্তাৰ কৰিছে অভিনেতা তথা ৰিয়েলিটী শ্ব’ বিগ ব’ছ-৭ৰ প্ৰাক্তন প্ৰতিদ্বন্দ্বী এজাজ খানক৷

আৰু পঢ়িব পাৰিব : ৰে’লত এতিয়াৰ পৰা নোৱাৰিব ম’বাইল, লেপটপ চাৰ্জ কৰিব!

মুম্বাইৰ নিজা বাসগৃহৰ পৰা আজি পুৱা এনচিবিয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাগৰাকীক৷ ৰাজস্থানৰ পৰা মঙলবাৰে মুম্বাইৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে অভিনেতাগৰাকীক আটক কৰি নিজৰ জিম্মাত লৈছিল এনচিবিয়ে।

আৰু পঢ়িব পাৰিব : ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনাঃ নিহত ২

ড্ৰাগছ ব্যৱসায়ী শ্বাদব ফাৰুক শ্বেইখ ভাটাটাৰ ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে এজাজ খানৰ বিৰুদ্ধে৷ তদন্তকাৰী সংস্থাটোৰ মতে অভিনেতাগৰাকীৰ মুম্বাইৰ আন্ধ্ৰেৰী আৰু ল’খান্দৱালা এলেকাত থকা বাসগৃহত তালাচী চলাই আলপ্ৰাজ’লাম টেবলেট উদ্ধাৰ কৰাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement