--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ অৱস্থিতি৷ তেওঁ কৰা কৰ'নাৰ পৰীক্ষাত এই কথা পোহৰলৈ আহিছে৷ বৰ্তমান তেওঁ নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছে বুলি জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব : সামৰিক উত্থানৰ প্ৰতিবাদ : সৈন্যবাহিনীৰ গুলীত মৃত্যু সাত বছৰীয়া কন্যা

আনহাতে ৫৬ বছৰীয়া এই অভিনেতাজনৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়।

আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ

এক বিবৃতি যোগে এই কথা সদৰী কৰে আমিৰ খানৰ মুখপাত্ৰগৰাকীয়ে৷ তেওঁ কয়, 'আমিৰ খানে কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে৷ তেওঁ এতিয়া নিজকে ঘৰত কোৱাৰেণ্টাইন কৰি ৰাখিছে৷ সকলো প্ৰট’কল অনুসৰণ কৰি থকাৰ লগতে তেওঁ নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লৈছে৷ শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোৱে সাৱধানতামূলক ব্যৱস্থা হিচাপে নিজকে ক'ভিড পৰীক্ষা কৰা উচিত। আপোনাৰ সকলো ইচ্ছা আৰু উদ্বেগৰ বাবে আপোনাক ধন্যবাদ৷'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement