--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এক অতি জটিল ৰোগ, যিটো ৰোগ যদি কাৰোবাৰ লগত এবাৰ হয় তেন্তে ই আজীৱন আমনি কৰে। ভাৰতৰ কোটি কোটি লোকে এই সমস্যাৰ সন্মুখীন হৈছে যাৰ বাবে ভাৰতক ডায়েবেটিছৰ ৰাজধানী হিচাপে গণ্য কৰা হয়। সাধাৰণতে ইয়াৰ কাৰণ হ’ল দুৰ্বল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। গতিকে আমি গোটেই দিনটো বিশেষকৈ শীতকালত কি খাই আছো বা কি পান কৰি আছো তাৰ যত্ন ল’ব লাগিব।

ডায়েবেটিছ ৰোগীয়ে ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰত নিজৰ খাদ্যাভ্যাস ঠিক কৰি ল’ব লাগে আৰু ইয়াক কঠোৰভাৱে পালন কৰাটো প্ৰয়োজনীয়। যদি আপুনি কোনো অস্বাস্থ্যকৰ বস্তু সেৱন কৰিছে তেন্তে তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে।

শীতকালত ডায়েবেটিছ ৰোগীয়ে ব্ৰেকফাষ্টত ফাইবাৰ আৰু প্ৰটিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে। বিশেষকৈ বতৰৰ ফল-মূলৰ ৰস আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। এতিয়া ব্লেক কফি, সিজোৱা কণী, মিঠা আলু, মধুৰী আৰু গাজৰৰ ৰস খাব পাৰিব।

ডায়েবেটিছ ৰোগীয়ে দুপৰীয়াৰ আহাৰত হাই ফাইবাৰ ডায়েট খাব লাগে কাৰণ ইয়াৰ ফলত পেটটো দীৰ্ঘসময় ধৰি ভৰি থাকে আৰু দীৰ্ঘসময়লৈকে ভোক নাথাকে, লগতে তেজৰ ছুগাৰ বৃদ্ধি নহয়। পালেং শাক, গাজৰ, মূলা আৰু মাল্টিগ্ৰেন আটাৰে তৈয়াৰী ৰুটি দুপৰীয়া খাব লাগে।

সন্ধিয়া মানুহে প্ৰায়ে ভোক অনুভৱ কৰে, গতিকে সন্ধিয়া কম কেলৰিযুক্ত জলপান খাওক যাতে ভোক মৰে। আলমণ্ড, আখৰোটৰ দৰে শুকান ফল খাব পাৰে। ইয়াৰ লগতে বুট আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক