--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাধাৰে এগৰাকী অভিনেতা-সমালোচক তথা বাণিজ্য বিশ্লেষক হিচাপে কামাল আৰ খান অতি জনপ্ৰিয়। বিভিন্ন বিষয়ত তীক্ষ্ণ মন্তব্য কৰি বিতৰ্কৰ শিৰোনামত থকাতো তেওঁৰ চৰিত্ৰত পৰিণত হৈছে। টুইটাৰত তেওঁৰ অনুসৰণকাৰীৰ সংখ্যাও কম নহয়। অৱশ্যে, শেহতীয়াকৈ আকৌ এবাৰ ব্যংগ কৰিলে কামাল আৰ খানে।  কামালৰ ব্যংগাত্মক কথা এতিয়া ভাইৰেল হৈ পৰা দেখা গৈছে। একাংশই মন্তব্য কৰিছে, ‘এইটোৱেই! বহু দিনৰ পিছত কামালে মনৰ ইচ্ছামতে টুইট কৰিছে।’ তেওঁ কি কৈছিল?

বিখ্যাত সমালোচকজনে এখন ছবি পোষ্ট কৰিছে। য'ত দীপিকা পাডুকন এফালে আছে আৰু আনফালে তেওঁৰ স্বামী তথা বলীউড অভিনেতা ৰণবীৰ সিঙ। দীপিকাই মনোকিনি পিন্ধিছে, অৰ্থাৎ শৰীৰৰ ওপৰৰ অংশ আৱৰণ থকা, নিম্নাংশ নগ্নপ্ৰায়। আনহাতে, ৰণবীৰে পৰিধান কৰিছে অদ্ভুদ পোছাক। ফুল হাতৰ কুৰ্তাৰ তলত এটা স্কাৰ্ট। ছবিখনৰ শিৰোনামটোত কামালে লিখিছে, ‘যেতিয়া আপোনাৰ স্বামীয়ে স্কাৰ্ট পিন্ধি পলাই যায়!'

এনে বুদ্ধিদীপ্ত ৰসিকতাৰ আভাসত হাঁহিৰ ফোঁৱাৰ দেখিবলৈ পোৱা গৈছে ছ’চিয়েল মিডিয়াত। অজস্ৰ মন্তব্য ভাহি আহিছে। কিন্তু ছবিখন যে কেনেকৈ এনেদৰে সজোৱা হৈছে তাক জানিবলৈ পোৱা নাই। সেই প্ৰতিভাৱান চিত্ৰ সম্পাদককো প্ৰশংসাৰ দৃষ্টিৰে চাইছে অনুৰাগীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ