--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ ওপৰত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা হিন্দী চলচ্চিত্ৰ 'দ্য কাশ্মীৰ ফাইলছ'ৰ (The Kashmir Files) মুক্তি ছিংগাপুৰত নিষিদ্ধ কৰা হ'ব কিয়নো ছবিখন স্থানীয় চলচ্চিত্ৰ শ্ৰেণীবিভাজন নিৰ্দেশনাৰ আওতাৰ বাহিৰত বুলি গণ্য কৰা হৈছে। 

সংস্কৃতি, সম্প্ৰদায় আৰু যুৱ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ সৈতে এক যুটীয়া বিবৃতিত ইনফোকম মিডিয়া ডেভেলপমেণ্ট অথৰিটিয়ে (আইএমডিএ) কয় যে কৰ্তৃপক্ষই হিন্দী ভাষাৰ চলচ্চিত্ৰখন ছিংগাপুৰৰ চলচ্চিত্ৰ শ্ৰেণীবিভাজন নিৰ্দেশনাৰ মানদণ্ডৰ বাহিৰত বুলি চিনাক্ত কৰিছে সেয়েহে এই ছবিখন ছিংগাপুৰত মুক্তি দিব পৰা নাযাব। 

বিষয়াসকলে কৈছিল যে "চলচ্চিত্ৰখন শ্ৰেণীবিভাজনৰ আওতালৈ নাহে কাৰণ ইয়াত মুছলমানসকলৰ একপক্ষীয় আৰু উচতনিমূলক চিত্ৰায়ন আৰু কাশ্মীৰৰ সংঘৰ্ষত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ছবি। দেখুওৱা হৈছে। ''

উল্লেখ্য যে চলচ্চিত্ৰ শ্ৰেণীবিভাজন নিৰ্দেশনাৰ অধীনত ছিংগাপুৰত জাতিগত বা ধৰ্মীয় সম্প্ৰদায়ৰ বাবে নিন্দনীয় যিকোনো সমলৰ মুক্তি বা প্ৰকাশৰ অনুমতি নাই।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক