--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ সম্পদ ব্যক্তিগত খণ্ডক গটোৱাৰ সিদ্ধান্ত কেন্দ্ৰৰ৷ নেচনেল মনিটাইজেশ্যন পাইপলাইন আঁচনিৰ ঘোষণা অনুসৰি দেশৰ সম্পদ লীজত দি ঘটিব ৬লাখ কোটি টকা৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ এই ঘোষণাক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

বিত্তমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি পুঁজিপতিক গটাব ৪০০টা ৰে’ল ষ্টেচন, ৯০খন ৰে’লসহ ১৬০টা কয়লা খনিও দিয়া হ’ব ব্যক্তিগত খণ্ডক৷ আগন্তুক ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব সম্পদ অধিগ্ৰহণ প্ৰক্ৰিয়া৷ নিৰ্দিষ্ট ৰে’লপথ, কোংকান ৰে’লৱে ব্যক্তিগতকৰণ কৰা হ’ব৷

দেশৰ ১৫খন ৰে’লৱে ষ্টেডিয়ামো লীজত দিয়া হ’ব৷ ব্যক্তিগতকৰণৰ তালিকাত দাৰ্জিলিঙৰ ‘টয় ট্ৰেইনো' অন্তৰ্ভুক্ত হৈছে৷ লগতে ব্যক্তিগত খণ্ডক ২৫টা বিমানবন্দৰ দিয়া হ’ব বুলিও জানিবলৈ দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ