--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ চৰম বিশৃংখলতাৰ মাজতে পুৱা কাবুল বিমানবন্দৰৰ উত্তৰ গেটত আফগান নিৰাপত্তাৰক্ষী আৰু অচিনাক্ত দুৰ্বৃত্তৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মান সৈন্য ঘটনাস্থলীলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। ঘটনাস্থলীত এজন আফগান নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকসহ আন তিনিজন আহত হয়।

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ তাৎক্ষণিকভাৱে জনোৱা হোৱা নাছিল। জাৰ্মান সেনাৰ টুইটাৰ হেণ্ডেলৰ পৰা বহু পলমকৈ ঘটনাটো পোহৰলৈ অনা হৈছিল। হামিদ কাৰজাই বিমানবন্দৰত আইএছৰ আক্ৰমণৰ আশংকাৰ মাজত শেহতীয়া ঘটনাটোৱে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।


ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে পূৰ্বেই কাবুল বিমানবন্দৰত আক্ৰমণৰ আশংকাৰ কথা প্ৰকাশ কৰিছিল। আই এছৰ ভাবুকিৰ বাতৰি বিয়পি পৰাৰ লগে লগে আফগানিস্তানৰ ৰাজধানী কাবুলৰ বিমানবন্দৰত আতংক বিয়পি পৰাৰ মাজতে ঘটনাটো সংঘটিত হয়। উক্ত ঘটনাৰ পাছতে সস্তম হৈ পৰিছে সামৰিক বাহিনী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ