--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হৈছে অভিনেত্ৰী কংগনা ৰানাৱট। দেশদ্ৰোহৰ গোচৰত অভিযুক্ত কংগনা ৰানাৱট আৰু তেওঁৰ ভগ্নী আজি বান্দ্ৰা আৰক্ষী থানাত হাজিৰ হয়।

আৰু পঢ়িব পাৰিব : ‘কা’বিৰোধৰ বাবে নহয়, মাওবাদীৰে সম্পৰ্কৰ বাবেহে অখিলক গ্ৰেপ্তাৰ : হিমন্ত

উল্লেখ্য যে, ব’ম্বে উচ্চ ন্যায়ালয়ে অন্তৱৰ্তী জামিন প্ৰদানেৰে তেওঁলোকক গ্ৰেপ্তাৰত বাধা আৰোপ কৰিছে যদিও মুম্বাই আৰক্ষীৰ সন্মুখত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল।

আৰু পঢ়িব পাৰিব : আজি কৃষক-কেন্দ্ৰৰ অষ্টমলানি আলোচনা, চৰকাৰ আশাবাদী

ছ’চিয়েল মিডিয়াত ঘৃণা আৰু সাম্প্ৰদায়িক উদ্বেগ সৃষ্টিৰ অভিযোগত কংগনা আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে অক্টোবৰ মাহতে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল বান্দ্ৰা আৰক্ষীয়ে। আজি দুয়ো আৰক্ষীৰ সন্মুখত হাজিৰ হৈ নিজৰ জবানবন্দী বাণীবদ্ধ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ