--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশত ক্ৰমাগত চতুৰ্থ দিনলৈ কৰ'নাত আক্ৰান্তৰ নতুন অভিলেখ৷ শনিবাৰে কৰ’নাত আক্ৰান্ত হয় ৩ লক্ষাধিক লোক৷ মুঠ ৩ লাখ ৫০ হাজাৰ গৰাকী লোক আক্ৰান্ত হয় কৰ’নাত৷ শনিবাৰে মৃত্যু ঘটিছে ২,৭৬০ জন ৰোগীৰ৷

আৰু পঢ়িব পাৰিবজীৱন্তে জ্বলাই হত্যা কিশোৰীক ! পঢ়ুৱাবলৈ নি লগাইছিল ঘৰৰ কামত

দিল্লী, মহাৰাষ্ট্রত শোচনীয় হৈছে কৰ’না পৰিস্থিতি৷ বাংগালুৰুতো দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷ কালিৰ দিনটোতে আক্ৰান্ত ১৭ হাজাৰ লোক৷

আৰু পঢ়িব পাৰিব ক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীক দিয়া হ’ব টকা !

অসমতো অব্যহত কৰ'নাৰ সক্ৰমণ৷ শনিবাৰে মুঠ কৰ’নাক্ৰান্ত ২,২৩৬ জন ৷ এদিনতে মৃত্যুৰ সংখ্যা ২৪ জনৰ৷ কেৱল কামৰূপ (মঃ)ত আক্ৰান্ত ৮১৫ জন৷ কামৰূপ (গ্ৰাম্য)ত আক্ৰান্ত হয় ১৯৬ জন লোক৷ নগাঁৱত ১২৩, ডিব্ৰুগড়ত ১১৫ জন আক্ৰান্ত হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ