--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না মহামাৰীয়ে৷ শুকুৰবাৰে নতুনকৈ ক'ভিডত আক্ৰান্ত হয় ৩ লক্ষাধিক লোক৷ আক্ৰান্ত হৈছে ৩ লাখ ৩২ হাজাৰ ৭৩০জন লোক৷ কালি মৃত্যু ঘটিছে ২,২৬৩ জন ক'ভিড ৰোগীৰ৷

আৰু পঢ়িব পাৰিব:ক’ভিডসৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য! সাজু হ’ব ১,০৫০খন বিচনা

৩ দিনত ভাৰতত আক্ৰান্তৰ সংখ্যাই ৯ লক্ষাধিক অতিক্ৰম কৰিছে৷ বিশ্বৰ ভিতৰত ভাৰততে ক'ভিড পৰিস্থিতি শোচনীয়৷ দিল্লী, মুম্বাইৰ পাছত বাংগালুৰু কৰ’নাৰ নতুন হটস্পট হিচাপে চিহ্নিত হৈছে। ৰাজ্যতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা৷২৪ ঘণ্টাৰ ভিতৰত আক্ৰান্ত ২,৩৮৪জন৷

আৰু পঢ়িব পাৰিব: ক’ভিডসৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য! সাজু হ’ব ১,০৫০খন বিচনা

কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হয় ৮৮৩গৰাকী৷ কামৰূপ (গ্ৰাম্য)ত ১৫৯, ডিব্ৰুগড়ত ১৫৪জন আক্ৰান্ত হোৱাৰ লগতে নগাঁৱত আক্ৰান্ত হয় ১০০জন লোক৷ আনহাতে কালিৰ দিনটোত ৰাজ্যত মৃত্যু ঘটিছে ১২জন ক'ভিড ৰোগীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ