--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতত ক্ৰমাগতভাৱে পঞ্চম দিনৰ বাবে কৰ'নাত আক্ৰান্তৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে৷ দেওবাৰে দেশত ৩ লাখ ৫২ হাজাৰ ৯৯১জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হয় ২,৮৯১ গৰাকী ক’ভিড ৰোগীৰ৷

আৰু পঢ়িব পাৰিব: শত্ৰুতা পাহৰি ভাৰতৰ সৈতে থকাৰ বাৰ্তা পাক প্ৰধানমন্ত্ৰীৰ…

দেশত এসপ্তাহত ৰোগীৰ সংখ্যা ২২.৪৯ লাখলৈ বৃদ্ধি পায়৷ বিগত সময়ছোৱাত কৰ'নাত আক্ৰান্তৰ দিশৰ পৰা ব্ৰাজিল, ব্ৰিটেইনক অতিক্ৰম কৰে ভাৰতে৷ বিশেষকৈ মহাৰাষ্ট্র, উত্তৰ প্ৰদেশত প্ৰতিদিনে বৃদ্ধি পাইছে সংক্ৰমণ৷ মহাৰাষ্ট্রত কালিৰ দিনটোত ৬৬ হাজাৰৰো অধিক লোক আক্ৰান্ত হয়৷

আৰু পঢ়িব পাৰিব:  বোৱাৰীক হত্যা কৰি ঘৰৰ সকলো সামগ্ৰী লৈ পলায়ন স্বামীৰ পৰিয়াল

আনহাতে, কৰ্ণাটক, কেৰালা, দিল্লীতো দৈনিক বৃদ্ধি পাইছে কৰ’না ৰোগীৰ সংখ্যা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ