--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগান মহিলা খেলুৱৈ কামিয়া ইউচুফি তালিবানৰ ভয়ত দেশৰ পৰা ইৰাণলৈ পলায়ন কৰিছে। ১৯৯৬ চনত একেখন দেশতে জন্মগ্ৰহণ কৰিছিল কামিয়া ইউচুফিয়ে। উল্লেখ্য যে, কামিয়াই ১৩ বছৰ বয়সত অলিম্পিক স্প্ৰিণ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

কামিয়াৰ অলিম্পিক যাত্ৰাৰ গুপুত স্বপ্নই ২০১৬ চনত সাকাৰ ৰূপ পাইছিল। ট’কিঅ' অলিম্পিকত দেশৰ হৈ কামিয়াই ধাৰণ কৰিছিল ৰাষ্ট্ৰীয় পতাকা। ১০০ মিটাৰ স্প্ৰিণ্টত মহিলাৰ শ্ৰেণীত হিটৰ পৰা বাদ পৰা স্বত্বেও কামিয়া ইউচুফিয়ে ১৩.২৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে আৰু এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।


১৪.০২ ছেকেণ্ডত ৰিঅ' অলিম্পিকত দৌৰ শেষ কৰাৰ পাছত কামিয়াই ৫ বছৰ পূৰ্বে নিজেই এই অভিলেখ গঢ়িছিল। এইবাৰ তালিবানে কাবুল দখল কৰাৰ পাছত শংকিত কামিয়াই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। দেওবাৰে তালিবানে কাবুলৰ ক্ষমতা লাভৰ পাছত দেশৰ পৰা পলায়ন কৰি থকা অৱস্থাত বিমানৰ পৰা পৰি ফুটবলাৰ জাকি আনৱাৰীৰো মৃত্যু হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ