--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : জম্মু-কাশ্মীৰত বিজেপি নেতাৰ ওপৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। ধাৰাবাহিকভাৱে বিজেপি নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদী সংগঠনে। উপত্যকাটোৰ কুলগাম এলেকাত মঙলবাৰে জাভেদ আহমেদ ডাৰ নামৰ বিজেপি নেতাগৰাকীক উগ্ৰপন্থীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে।

শেহতীয়াকৈ অঞ্চলটোত ধাৰাবাহিকভাৱে বিজেপি নেতা-কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে। বিজেপিয়ে প্ৰকাশ কৰা মতে ২০১৯ চনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পাছৰ পৰা ২২গৰাকীকৈ বিজেপিৰ নেতা কৰ্মীৰ হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। এসপ্তাহৰ পূৰ্বে অনন্তনাগত বিজেপি দলৰ এগৰাকী নেতা তথা গাঁৱৰ মুৰব্বীক পত্নীসহ হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।

শেহতীয়াকৈ অনন্তনাগত হত্যাৰ বলি হ’ল জাভেদ আহমেদ ডাৰ। কুলগামতে বিগত এটা বছৰৰ ভিতৰত ৯জনকৈ বিজেপি কৰ্মী হত্যাৰ বলি হৈছে। এই পৰিস্থিতিক লৈ বিজেপিয়ে উদ্বেগ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ