--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জল পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনা বহির্ভূত কৰি নিজ খেয়াল খুচি মতে নাও চলাই আছে একাংশ নাৱৰীয়াই।

ডিজিটেল ডেস্ক: অসমত এতিয়া বতৰৰ যথেষ্ট পৰিৱৰ্তন হৈছে। ঠায়ে ঠায়ে হৈছে প্ৰচণ্ড বৰষুণ, শিলাবৃষ্টি, ধুমুহা। ধুবুৰীতো বতৰে লৈছে কালৰূপ। 


ভয়ংকৰ ঘূৰ্ণীবতাহ, শিলাবৃষ্টিত ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত যাত্ৰীবাহী নাও আবদ্ধ; দৈবক্ৰমে প্ৰাণৰক্ষা পৰে যাত্ৰীৰ।


জল পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনা বহির্ভূত কৰি নিজ খেয়াল খুচি মতে নাও চলাই আছে একাংশ নাৱৰীয়াই।


দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত ভালাডোবাৰ পৰা আইৰমাৰী L&T ঘাটত বতৰৰ ভয়ংকৰ ৰূপে বুকু কঁপালে যাত্ৰীৰ।


নাওসমূহত নাই লাইফ ছেফটি জেকেট, নাই লাইফ ছেফটি ৰিং। পূৰ্বতেও এনেধৰণে বতৰে কালৰূপ ধাৰণ কৰিছিল।


একাংশ নাৱৰীয়াৰ হেমাহিৰ বাবেই বহুতে হেৰুৱাইছে ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণ। 


অনতি পলমে জল পৰিবহণ বিভাগে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ