--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে অখিল গগৈ! অখিলক সহায় কৰিবলৈ অসমৰ ৰাইজক আহ্বান মধ্যপ্রদেশৰ প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক নেতা ড০ সুনীলম আৰু বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ৷ দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অখিল গগৈক সাক্ষাৎ কৰে যোগেন্দ্ৰ যাদৱ আৰু ড০ সুনীলমে।

আৰু পঢ়িব পাৰিব :আম্বানীলৈ ভাবুকি! নিয়াৰ জালত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক

সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিনিধি হিচাপে অখিল গগৈক সাক্ষাৎ কৰিলে দুয়োগৰাকী নেতাই৷ অখিল গগৈক সাক্ষাতৰ পাছতে ৰাইজলৈ আহ্বান মধ্যপ্রদেশৰ প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক নেতা ড০ সুনীলমৰ, ‘অসমৰ ৰাইজ অখিলৰ হৈ ঠিয় হওক৷’

আৰু পঢ়িব পাৰিব :অসমত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ মাৰাথন প্ৰচাৰ

আনহাতে ভুৱা গোচৰত অখিল গগৈক কাৰাবন্দী কৰি ৰখাক লৈ বিজেপিক কঠোৰ সমালোচনা কৰে যোগেন্দ্ৰ যাদৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ