--°C
Loading...
Listen to Article
2 min read
80%

দক্ষিণ দিনজানপুৰ : ‘দিল্লীৰ দুই গুণ্ডা’ৰ বিৰুদ্ধে ৰণহুংকাৰ মমতা বেনাৰ্জীৰ। কোভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতো পশ্চিমবংগত নিৰ্বাচনী ৰণৰ উত্তাপ হ্ৰাস হোৱা নাই। আজি ৰাজ্যখনত অনুষ্ঠিত হয় ৬ষ্ঠ পৰ্যায়ৰ নিৰ্বাচন। তাৰ মাজতে বাকী থকা দুটা পৰ্যায়ৰ বাবেও চলি আছে নিৰ্বাচনী প্ৰচাৰ।

আৰু পঢ়িব পাৰিব: ডাম্পাৰৰ খুন্দাত আহত গৰ্ভৱতী মহিলাঃ পৰিস্থিতি উত্তপ্ত

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এখন বিশাল নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ‘দিল্লীৰ গুণ্ডা’ আখ্যা দিয়ে মমতাই।

আৰু পঢ়িব পাৰিব: চেন্নাইৰ বিৰুদ্ধে পৰাজয়েই নহয়, মৰ্গানৰ মূৰত জৰিমনাৰো বোজা…

মোডী-শ্বাহৰ নাম নোলোৱাকৈ দক্ষিণ দিনজানপুৰত মমতাই কয় যে, ‘মই খেলুৱৈ নহয় কিন্তু ময়ো খেল খেলিব জানো। লোকসভা নিৰ্বাচনত মই আছিলোঁ শ্ৰেষ্ঠতম খেলুৱৈ। আমি আমাৰ বংগক কেতিয়াও দিল্লীৰ দুই গুণ্ডাৰ হাতত সমৰ্পন কৰিব নোৱাৰোঁ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ