--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’ল নহয় যেন ৰণক্ষেত্ৰহে৷ দিল্লী মেট্ৰ’ৰ ক্ষেত্ৰত তেনে ধাৰণাই সৃষ্টি হৈছে বহুতৰে মন৷  ডিএমআৰচিৰ নিৰন্তৰ সতৰ্কবাণী স্বত্বেও দিল্লী মেট্ৰ'ত কাজিয়া,  হুলস্থূলৰ ঘটনা ঘটিয়েই আছে৷ । পূৰ্বেও দিল্লী মেট্ৰ’ৰ এনে বহু ভিডিঅ' পোহৰলৈ আহিছে যিবোৰ ভিডিঅ’ই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ কেতিয়া কোনো যাত্ৰীয়ে  মেট্ৰ'ত অশ্লীল আচৰণ কৰা,  আপত্তিজনক  ৰিল তৈয়াৰ কৰা আদি ভিডিঅ’ ভাইৰেল হৈছিল৷ 


শেহতীয়াকৈ  দিল্লী মেট্ৰ'ৰ  ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত  দুগৰাকী  মহিলাৰ মাজত কাজিয়া আৰু মাৰপিট লগা দেখা গৈছে৷ অৱশ্যে  এই ভিডিঅ'টো কেতিয়াৰ  বা ক’ৰ সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই৷ প্ৰাগ নিউজ ডিজিটেলেও ভিডিঅ’টোৰ সত্য-সত্যতা পৰীক্ষা কৰা নাই৷ ভাইৰেল ভিডিঅ’টোৱে বেছ প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ 

 আচৰিত কথাটো হ'ল দুই মহিলাৰ কাজিয়া আৰু মাৰপিটৰ সময়তো সেই সময়ত তাত উপস্থিত  থকা আন কোনো যাত্ৰীয়েই   তেওঁলোকৰ কাজিয়া ভাঙিবলৈ আগবাঢ়ি নাহিল৷ সকলোৱে মাথো নিৰুদ্বেগ হৈ কাজিয়া আৰু মাৰপিট চাইহে ৰ’ল৷ আন যাত্ৰীসকলৰ এনে  আচৰণে বহুতকে আচৰিত কৰি তুলিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী