--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক কাজিৰঙা ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ লগতে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ সৈতে ৩০০ দিনৰ শিশুৰ আহাৰ লাভ কৰাৰ সন্দৰ্ভতো আলোচনা কৰে৷

ইপিনে, কাৰ্বি আংলঙত কয়লাৰ খনিসমূহক বৈধতা প্ৰদানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও আলোচনাত মিলিত হয় ডঃ শৰ্মা৷ আলফা স্বাধীনৰে আলোচনাৰ প্ৰসংগত তেওঁ গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰি কয়, পৰেশ বৰুৱাৰে সন্মানজনক স্থিতিত আলোচনা হ'ব লাগিব, সাৰ্বভৌমত্বৰ দাবী পৰেশ বৰুৱাইও এৰিব নোৱাৰে আমিও ধৰিব নোৱাৰোঁ৷ গতিকে আলফা(স্বাধীন) আৰু চৰকাৰৰ মাজত আলোচনাৰ বাবে এটা মধ্যমপন্থা লাগিব বুলি তেওঁ মন্তব্য কৰে৷

মেট্ৰিক পৰীক্ষা সম্পৰ্কেও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ এইবাৰ যিসকলে পৰীক্ষাত পাছ কৰিব, তেওঁলোকে চাকৰি পোৱা নোপোৱাটোক লৈ ভুল বুজাবুজি হৈছে বুলি তেওঁ মন্তব্য কৰে৷ ই এক ছিৰিয়াছ সামাজিক সমস্যা, ইমান টুলুঙা নহয়। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি এনে ভালেমান বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ