--°C
Loading...
Listen to Article
2 min read
80%

ক’টাবোটো : ফিলিপাইনছত ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত এতিয়ালৈ কিমান লোক হতাহত হৈছে সেই কথাৰ নিশ্চিত তথ্য লাভ কৰা সম্ভৱ হোৱা নাই। ৮৫জনকৈ লোকক কঢ়িয়াই নিয়া এখন সামৰিক বিমান দেশখনৰ দক্ষিণ প্ৰান্তত দুৰ্ঘটনাগ্ৰস্ত হয়। দেওবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে দেশখনৰ সামৰিক বিভাগৰ মুৰব্বীয়ে।

দুৰ্ঘটনাৰ পাছত অগ্নিকাণ্ডত জাহ যোৱা বিমানখনৰ ধ্বংসস্তুপৰ মাজৰ পৰা ৪০জন লোকক উদ্ধাৰ কৰা সম্ভৱ হোৱা বুলি প্ৰকাশ পাইছে। ছুলু প্ৰদেশৰ জোলো দ্বীপত চি-১৩০ বিমানখন অৱতৰণ কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে সামৰিক বাহিনীৰ মুৰব্বী জেনেৰেল চিৰিলিটো ছোবেজানাই। বিমানখনৰ আৰোহী অধিকসংখ্যক লোকেই সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি অহা লোক আছিল। তেওঁলোকক সন্ত্ৰাসবাদ দমনৰ বাবে মুছলমান অধ্যুষিত অঞ্চলত মোতায়েন কৰাৰ কথা আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ