--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : জম্মু-কাশ্মীৰৰ দেওবাৰে হোৱা ড্ৰোন আক্ৰমণক লৈ চাঞ্চল্য অব্যাহত আছে। কেইবাখনো ড্ৰোন ভাৰতৰ সামৰিক ঘাটীৰ কাষে-পাঁজৰে দৃষ্টিগোচৰ হোৱাৰ পাছতে অতি সতৰ্ক হৈ পৰিছে ভাৰতীয় সেনা। ভাৰতৰ বায়ুসেনা ঘাটীত আক্ৰমণ চলোৱা হৈছিল ড্ৰোনেৰে।

এই ঘটনাৰ আঁৰত পাকিস্তানৰ হাত থকাৰ কথা সজোৰে দাবী কৰিছে ভাৰতীয় সেনাই। লেফটেনেণ্ট জেনেৰেল ডিপি পাণ্ডেই এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, এই ঘটনাৰ আঁৰত ‘ষ্টেট ছাপ’ৰ্ট’ অৰ্থাৎ কোনো দেশৰ সমৰ্থন থকাৰ লগতে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ঈ-মহম্মদ আৰু লস্কৰ-ই-তৈবা জড়িত আছে।

শ্ৰীনগৰৰ ১৫ ক্ৰ’পছৰ ক্ৰ’পছ কমাণ্ডাৰগৰাকীয়ে কয়, ড্ৰোনৰ দৰে আহিলা তথা ইয়াৰ উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰক লৈ আমি উদ্বিগ্ন। ড্ৰোন আৰু ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ দৰে কাৰ্য কোনো ৰাষ্ট্ৰ সমৰ্থিত কাৰ্য। ড্ৰোন ৰাস্তাৰ কাষত বিক্ৰী নহয় বা ইয়াৰ নিৰ্মাণো নহয় বুলি প্ৰকাশ কৰি তেওঁ কয়, এনে প্ৰযুক্তিৰ ব্যৱহাৰে ৰাষ্ট্ৰৰ দৰে বৃহৎ শক্তিৰ সমৰ্থন তথা অংশগ্ৰহণ থকাটো নিশ্চিত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ