--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক সঞ্জীৱ ছেত্ৰীৰ প্ৰহাৰত মৃত্যু ছাত্ৰ উৎপল টায়েৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে৷

ডিজিটেল ডেস্ক: ডুমডুমাৰ ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত ছাত্ৰজনৰ নাম উৎপল টায়ে।


ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক সঞ্জীৱ ছেত্ৰীৰ প্ৰহাৰত মৃত্যু ছাত্ৰ উৎপল টায়েৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে৷


ছাত্ৰজনৰ পিতৃ গমেশ টায়েৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিত৷ ছাত্ৰজনক স্কুল ছুটীৰ সময়ত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ৷ 


বৃহস্পতিবাৰেই সংঘটিত হৈছিল ঘটনাটো আৰু ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা কৰিছিল৷


বৃহস্পতিবাৰেই অসম মেডিকেল কলেজ আৰু চিকিৎসালয়ত মনে মনে ভৰ্ত্তি কৰিছিল স্কুল কৰ্তৃপক্ষই আৰু কালি নিশা ১০:৩০ বজাত ছাত্ৰজনৰ মৃত্যু হয়৷


এই ঘটনাক লৈ সমগ্ৰ অঞ্চসজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ