--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনত মুম্বাইত বলীউড অভিনেতা শ্বাহৰুখ খানৰ বাংলো ‘মন্নত’ত সোমাইছিল এটা চোৰ৷ সেই চোৰটোক এতিয়া গুজৰাটৰ ভাৰুচত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ 

বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, মহানগৰীৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ ঘৰত চুৰিৰ গোচৰত ২১ বছৰীয়া ৰাম স্বৰূপ কুশৱাহাক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযুক্ত ৰাম স্বৰূপ কুশৱাহাই জেৰাৰ সময়ত আৰক্ষীক জনোৱা মতে, ইয়াৰ পূৰ্বে তেওঁ মুম্বাইৰ বান্দ্ৰা অঞ্চলত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ঘৰ মন্নতত প্ৰবেশ কৰিছিল৷ কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁৰ চুৰি কাৰ্য সফল হ’বলৈ দিয়া নাছিল৷

শেহতীয়াকৈ চোৰটোৰ হাতৰ পৰা ২.৭৪ লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আপোনালোকক জনাওঁ যে মহাৰাষ্ট্ৰৰ ৰাজধানী বান্দ্ৰা আৰক্ষী থানাত চোৰটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত বেদখলৰ গোচৰ ৰুজু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ