--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বাংলাদেশলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বাংলাদেশত ভালেমান অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোদীয়ে৷ কৰ'না সংক্ৰমণৰ পাছৰ পৰ্যায়ত এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ৷ টুইটযোগে তেওঁৰ এই ভ্ৰমণৰ কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

আৰু পঢ়িব পাৰিব : সাজু নিৰ্বাচন আয়োগঃ স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব অৰ্ধসামৰিক বাহিনী

তেওঁ প্ৰকাশ কৰিছে যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হচিনাৰ আমন্ত্ৰণ ৰক্ষাৰ্থে ২৬-২৭ মাৰ্চত তেওঁ বাংলাদেশ ভ্ৰমণ কৰিব আৰু শুকুৰবাৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত তেওঁৰ অংশগ্ৰহণ কৰিব। চুবুৰীয়া দেশখনৰ অৰ্থনৈতিক আৰু উন্নয়নমূলক দেশখনৰে বিভিন্ন দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ দিশত তেওঁৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।

আৰু পঢ়িব পাৰিব : ‘মোক ভোট দিয়ক, পাব হেলিকপ্টাৰ, যাব পাৰিব চন্দ্ৰ ভ্ৰমণলৈ!’

ইফালে, শুকুৰবাৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন আৰু বাংলাদেশৰ পিতৃপুৰুষ শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশ ল'ব বুলি জানিবলৈ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, 'বঙ্গবন্ধু' যোৱা শতিকাৰ অন্যতম শ্ৰেষ্ঠ নেতা আছিল, যাৰ জীৱন আৰু আদৰ্শেৰে লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ