--°C
Loading...
Listen to Article
2 min read
80%

মান্দালেঃ ম্যানমাৰত বিগত এমাহ ধৰি সামৰিক উত্থানৰ প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ মঙলবাৰে দেশখনৰ দ্বিতীয় বৃহৎ চহৰ মান্দালেত সুৰক্ষা বাহিনীয়ে এজনী সাত বছৰীয়া ছোৱালীক হত্যা কৰিছে। জানিব পৰা মতে এই বিক্ষোভত সুৰক্ষা বাহিনীৰ গুলীত মৃত্যু হোৱাসকলৰ ভিতৰত ছোৱালীগৰাকী আটাইতকৈ কম বয়সীয়া৷

আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ

দেশখনৰ চান ম্যা থাজি নামৰ টাউনশ্বিপখনত মৃত্যু হোৱা নাবালিকাগৰাকীৰ নাম খিন মা শ্বিট বুলি জনা গৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, পিতৃৰ কোঁচত বহি থকা অৱস্থাত সৈনিকে তাইৰ দেউতাকলৈ লক্ষ্য কৰি চলোৱা গুলীয়ে তাইৰ শৰীৰত স্পৰ্শ কৰে।

আৰু পঢ়িব পাৰিব : ভাইৰেল ভিডিঅ’ক লৈ সংবাদমেল : বিপদত সৰভোগৰ মহাজোঁটৰ প্ৰাৰ্থী

গুলীবিদ্ধ হোৱাৰ পাছত চিকিৎসাৰ বাবে উদ্ধাৰকাৰী দল এটাই চিকিৎসালয়লৈ নিয়ে যদিও বাটতে শেষ নিঃশ্বাস ত্যাগ কৰে। সৈন্যবাহিনীয়ে ঘটনাটোৰ সম্পৰ্কত এতিয়ালৈকে মুখ খোলা নাই। বৰ্তমানলৈকে দেশখনত প্ৰায় ২৭৫জন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ