--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দূৱৰি বন সকলোৱে চিনি পোৱা এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ দূৱৰিৰ আছে ঔষধি গুণ ভাৰতীয় সংস্কৃতিত দূৱৰি বনৰ বিশেষ মহত্ত্ব আছে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দূৱৰি বন ব্যৱহাৰ কৰা হয় দূৱৰিৰ মূল আদিভূমি আফ্ৰিকা মহাদেশ বুলি জনা যায় আয়ুৰ্বেদত দূৱৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয় সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দূৱৰি ব্যৱহাৰ কৰা হয় সৌন্দৰ্যবৰ্ধনৰ বাবেও দূৱৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়

 আহকচোন জানো দূৱৰি বনৰ উপকাৰিতাৰ বিষয়ে

 ) দূৱৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হলে ব্যৱহাৰ কৰা হয় আয়ুৰ্বেদিক শাস্ত্ৰমতে দূৱৰি বন সন্তান ধাৰণৰ ক্ষেত্ৰত সম্ভৱনাময় ঔষধ গৰ্ভধাৰণৰত অসমৰ্থ ʼলে দূৱৰি বন আলোৱা চাউল একেলগে বটি বড়া বনাই ভাতৰ লগত সপ্তাহত তিনি/চাৰিদিনকৈ খালে উপকাৰ পোৱা যায়

 ) আমাশয় আৰু উদৰাময়েত দূৱৰি বনৰ ৰস ঔষধ হিচাপে খোৱা হয়

) আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দূৱৰি বন মহৌষধ এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দূৱৰি  ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়

 ) চুলি সৰা ৰোগতো দূৱৰি ব্যৱহাৰ কৰা হয়

 ) দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগত বা পায়োৰিয়া ৰোগত দূৱৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল

 ) কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়

 ) নিয়ৰত তিতা কোমল দূৱৰি বনৰ ওপৰত খোজ কাঢ়িলে স্বাস্থ্য ভালে থাকে

 ) এনিমিয়া বা ৰক্তহীনতাত দূৱৰি বন উপযোগী

 ) দূৱৰি বনে detoxing agent ৰূপে লিভাৰ, শৰীৰৰ কোষ আৰু তেজ Chlorophyll  দ্বাৰ পৰিষ্কাৰ কৰে

 ১০) দূৱৰি বনৰ ৰসৰ লগত দুখিলা নিম পাতে শৰীৰৰ ছুগাৰৰ মাত্ৰা কমায় অকল দূৱৰি বনৰ ৰসেও তেজৰ শৰ্বৰা কমাই মধুমেহ নিয়ন্ত্ৰণ কৰাত সহায়ক ʼ পাৰে

 ১১) দূৱৰি বনৰ ৰসে মূত্ৰনিষ্কাশনৰ পৰিমাণ বৃদ্ধি কৰি বৃক্কত হোৱা পাথৰ প্ৰাকৃতিক ভাবে শৰীৰৰ পৰা উলিয়াই দিব পাৰে লগত প্ৰস্ৰাৱৰ সংক্ৰমণ/ইউৰিণেৰী ইনফেক্সন আৰোগ্য কৰে

 ১২) দূৱৰি বনৰ ৰসে হাওঁফাওঁ পৰিষ্কাৰ কৰি চৰ্দি, কাঁহ, ব্ৰংকাইটিছ আৰু হাপানি ৰোগ নিৰাময় কৰে 

 ১৩) দূৱৰি বনৰ ৰসে অতিমাত্ৰা ভোকলগা নিয়ন্ত্ৰণ কৰি Obesity দূৰ কৰে

 ১৪) দূৱৰি বনত ভিটামিনআৰু C আছে যি এন্টিঅক্সিডেণ্ট হিচাপে হাৰ্ট ষ্ট্ৰোক আৰু কেন্সাৰ (Cancer) প্ৰতিৰোধ কৰে

 উল্লেখ্য যে উপৰোক্ত ৰোগ তথা বিভিন্ন সমস্যাসমূহ নিৰাময়ত দুবৰি বনৰ উপকাৰিতা বলৈ ইয়াক জুচ, ৰস, পেষ্ট আদি ৰূপত ব্যৱহাৰ কৰিব পাৰি

 অৰ্শ বা পাইলছ ৰোগীসকলে দূৱৰি বন সেৱন কৰিব নালাগে দেহৰ ক্ষতি কৰিব পাৰে


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক