--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ঢাকাত উপস্থিত হৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী এছ জয়শংকৰ। জয়শংকৰে আজি বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনৰ সৈতে আলোচনাত মিলিত হয়।

আৰু পঢ়িব পাৰিব : ১০৭ একৰলৈ বৃদ্ধি পাব ৰাম মন্দিৰৰ পৰিসৰ

দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ সম্পৰ্কত দুয়োগৰাকী নেতাই বিতংভাৱে আলোচনা কৰে। ভাৰতৰ ‘নেইবাৰহুড ফাৰ্ষ্ট’ অৰ্থাৎ ‘প্ৰথমে প্ৰতিবেশী’ আঁচনিৰ অংশ হিচাপে এদিনীয়া ভ্ৰমণসূচীৰে ঢাকাত উপস্থিত হৈছে এছ জয়শংকৰ।

আৰু পঢ়িব পাৰিব : প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু বিজেপি মিত্ৰজোঁট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত বাংলাদেশ ভ্ৰমণৰ প্ৰস্তুতিৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে। বাংলাদেশত উপস্থিত হোৱাৰ পাছতে কুৰ্মীতোলা বায়ুসেনা কেন্দ্ৰত মোমেনে জয়শংকৰক আদৰণি জনায়। দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে বৈদেশিক মন্ত্ৰী জয়শংকৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ