--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ৷ আজি মনোনয়ন দিব কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে৷ ইয়াৰে ৰঙিয়াত মনোনয়ন দিব মন্ত্ৰী ভৱেশ কলিতাই, মঙলদৈত মনোনয়ন দিব বিজেপিৰ গুৰুজ্যোতি দাসে৷

আৰু পঢ়িব পাৰিব : অসম জাতীয় পৰিষদ পদূলি শুঙা দল : হিমন্ত বিশ্ব শৰ্মা

ছিপাঝাৰৰ বিজেপি প্ৰাৰ্থী হিচাপে এইবাৰ ড০ পৰমানন্দ ৰাজবংশীয়েও আজি মনোনয়ন দিব৷ কলাইগাঁৱত মনোনয়ন দিব বিজেপিৰ মধুৰাম ডেকাই, উঃ কৰিমগঞ্জত কংগ্ৰেছৰ কমলাক্ষ দে পুৰকায়স্থই, দঃ কৰিমগঞ্জত মনোনয়ন দিব কংগ্ৰেছৰ ছিদ্দেক আহমেদে৷

আৰু পঢ়িব পাৰিব : বোকাজানত জব্দ ড্ৰাগছঃ আটক ২ সৰবৰাহকাৰী

উল্লেখ্য যে কাইলৈ দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিন৷ দ্বিতীয় পৰ্যায়ত ৩৯টা সমষ্টিত হ’ব নিৰ্বাচন৷ ৰাতাবাৰীত মনোনয়ন দিব কংগ্ৰেছৰ শম্ভূ সিং মাল্লাই, ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰাৰ মনোনয়ন, পাথাৰকান্দিত কৃষ্ণেন্দু পাল, বদৰপুৰত বিশ্বৰূপ ভট্টাচাৰ্যই দিব মনোনয়ন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ