--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আনহাতে এইবাৰ টিকট লাভৰ পৰা বঞ্চিত হ’ল কেইবাজনো প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক৷ কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত মণিলাল গোৱালা, গিৰিন্দ্ৰ মল্লিক, খৰসিং ইংতি, দুৰ্লভ চমুৱা, অৰ্ধেন্দু দে৷নিৰ্মলা লাংথাছা, হাওৰাঘাটত সঞ্জীৱ টেৰণ, নলবাৰীত প্ৰদ্যুৎ কুমাৰ ভূঞাক প্ৰাৰ্থিত্ব প্ৰদান কৰে দলটোৱে৷

আৰু পঢ়িব পাৰিব : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দিব কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে !

ইপিনে দলগাঁৱত ইলিয়াছ আলী, বৈঠালাংছ’ত আগষ্টিনা ইংঘি, কাটিগৰাত খলিলুদ্দিন মজুমদাৰ, উদাৰবন্দত অজিত সিং, লক্ষীপুৰত মুকেশ পাণ্ডে, শিলচৰত তমল কান্তি বনিক, দঃ কৰিমগঞ্জত ছিদ্দিক আহমেদ, ৰাতাবাৰীত শম্ভূ সিং মাল্লা, উঃ কৰিমগঞ্জত কমলাক্ষ দে’পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰে৷

হোজাইত দেৱব্ৰত সাহা, ৰহাত শশীকান্ত দাস, নগাঁৱত শান্তনু শৰ্মা, বঢ়মপুৰত সুৰেশ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ উপৰি লামডিঙত স্বপন কৰ, জাগীৰোডত স্বপন কুমাৰ মণ্ডল, ধলাইত কামাখ্যা প্ৰসাদ মাল্লা, বৰখলাত মিছবাহুল ইছলাম লস্কৰ, কাটলিচেৰাত সঞ্জীৱ ৰয়ক প্ৰাৰ্থিত্ব৷

আৰু পঢ়িব পাৰিব : অসম জাতীয় পৰিষদ পদূলি শুঙা দল : হিমন্ত বিশ্ব শৰ্মা

আনহাতে এইবাৰ টিকট লাভৰ পৰা বঞ্চিত হ’ল কেইবাজনো প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক৷ কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত মণিলাল গোৱালা, গিৰিন্দ্ৰ মল্লিক, খৰসিং ইংতি, দুৰ্লভ চমুৱা, অৰ্ধেন্দু দে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ