--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ অনন্য কৃতিত্বৰ অধিকাৰী হৈছে। তেওঁক টেৰিটৰিয়েল আৰ্মীৰ কেপ্টেইন পদলৈ পদোন্নতি দিয়া হৈছে। কাৰ্যনিৰ্বাহৰত অৱস্থাতে কেপ্টেইন পদলৈ পদোন্নতি লাভ কৰা ঠাকুৰ হৈছে প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰী।

আৰু পঢ়িব পাৰিব : ‘মহা শিৱৰাত্ৰি’ : শিৱসাগৰত চাৰিদিনীয়াকৈ উদযাপন শিৱৰাত্ৰীৰ…

অনুৰাগ ঠাকুৰক ১২৪ ইনফেণ্ট্ৰি বেটালিয়ন টেৰিটৰিয়েল আৰ্মী (শিখ)ৰ কেপ্টেইন পদলৈ পদোন্নতি দিয়া হৈছে। এই সন্মানজনক পদবী লাভৰ পাছত সাংবাদিকৰ আগত ঠাকুৰে কয়, ‘প্ৰাদেশিক সেনাৰ অংশ হ’বলৈ পাই মই সন্মান আৰু গৰ্ব অনুভৱ কৰিছোঁ। ১২৪শিখ ৰেজিমেণ্টৰ অংশ হোৱাটোও গৰ্বৰ কথা।’

আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনাত থিতাতে নিহত ৮জনৰ : অনুসন্ধান অব্যাহত

তেওঁ লগতে কয়, ‘সেনাত সেৱা আগবঢ়োৱা মই আমাৰ পৰিয়ালৰ তৃতীয় প্ৰজন্ম। সংসদ আৰু সেনা দুয়োটাৰে অংশ হ’বলৈ পোৱাটো মোৰ কাৰণে গৰ্বৰ কথা। মই এনে এটা সমষ্টি তথা ৰাজ্যৰ পৰা আহিছোঁ য’ত প্ৰতি তিনিটা পৰিয়ালৰ এজনে সেনাত সেৱা কৰে। পৰমবীৰ চক্ৰৰে সন্মানিত দেশৰ প্ৰথমগৰাকী সেনা বিষয়া হিমাচল প্ৰদেশৰে আছিল।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ