--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰতিটো দলেই তুমুল প্ৰতিযোগিতাত নামি পৰা দেখা গৈছে৷ এইক্ষেত্ৰত আগবাঢ়ি আছে বিজেপি দল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি ভালেমান শীৰ্ষ নেতা পুনৰ প্ৰচাৰৰ বাবে আহিব অসমলৈ৷

আৰু পঢ়িব পাৰিব : তামুলপুৰত পথ দুৰ্ঘটনা, নিহত দুজন…

৩০ মাৰ্চত পুনৰ অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ ৩খন নিৰ্বাচনী সভাত অংশ ল’ব জে পি নড্ডাই৷ ধৰ্মপুৰ সমষ্টিৰ কৈঠালকুছি, বিলাসীপাৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীত অংশ ল’ব নিৰ্বাচনী সভাত৷

আৰু পঢ়িব পাৰিব : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ উৎসাহ

তদুপৰি ৩১ মাৰ্চত পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ৷ বিজনী, হাজো আৰু দিছপুৰ সমষ্টিত প্ৰচাৰ চলাব শ্বাহে৷ বিজনীত অজয় কুমাৰ ৰায়ৰ হৈ, হাজোত সুমন হৰিপ্ৰিয়াৰ হৈ আৰু দিছপুৰৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ প্ৰচাৰ চলাব৷ সোণাপুৰত হ'ব দিছপুৰ সমষ্টিৰ নিৰ্বাচনী সভা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ