--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ প্ৰতি জনতাৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হ'ল৷ শনিবাৰে হৈ যোৱা প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত ৭৭.০১% ভোটাৰে ভোটদান কৰে৷ ইয়াৰে মাহমৰা সমষ্টিত সৰ্বাধিক ৮৬.৭৫%ই ভোটদান কৰে৷

আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ খুন্দাত আহত হয় এজন বাইক আৰোহী

তদুপৰি সোণাৰি সমষ্টিত ৮৪.৫৬%, আমগুৰিত ৮৩% ভোটদান৷ এইবাৰ বহু সমষ্টিত ভোটদানৰ হাৰ ৮০ শতাংশৰ অধিক বুলি জানিব পৰা গৈছে৷ ৭১.৮০%ৰে সৰ্বনিম্ন ভোটদান শোণিতপুৰত সমষ্টিত৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী হিংসা : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই গুলীচালনা, আক্ৰমণ !

ইপিনে ১ এপ্ৰিলত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ দ্বিতীয় পৰ্যায়ত মুঠ ৩৯টা সমষ্টিত হ’ব ভোটগ্ৰহণ৷ ভোটদানৰ সময়ত বিভিন্ন বিসংগতিয়ে দেখা দিলেও সামগ্ৰিকভাৱে নিয়াৰিকৈ সম্পন্ন হয় প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ