--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুলাই মাহৰ পৰা বাৰিষা আৰম্ভ হয়, কিন্তু তথাপি দেশৰ বহু ৰাজ্যত প্ৰৱল উষ্ণতাই বিৰাজ কৰিছে। বৰষুণ দূৰৰে কথা আতি আতি শৰীৰৰ পৰা ওলাইছে ঘাম। এচিয়েহে ৰাইজক গৰমৰ পৰা সামান্য হ’লেও সকাহ দিব পাৰিছে। কিন্তু ব্যয়বহুল হোৱাৰ বাবে সকলোৱে এ চি ক্ৰয় কৰিব নোৱাৰে। ইয়াৰোপৰি বিদ্যুতৰ মাচুলো তুলনামূলকভাৱে বহুত আহে। এতিয়া এচিৰ বিকল্প হৈ বজালৈ আহিছে এখন বিশেষ ফেন। আজি আমি আপোনালোকক এনে এখন ফেনৰ বিষয়ে ক'ম যিয়ে আপোনাক কম খৰচত আৰু কম বিদ্যুত মাচুলৰ বিময়ত প্ৰদান কৰিব শীতল বায়ু। এই ফেনখন টেবুল ফেন বা চিলিং ফেনতকৈ পৃথক। পানীৰ ছিটিকনিৰে শীতল বতাহ প্ৰদান কৰে।

বজাৰত বিভিন্ন ধৰণৰ Water Sprinkler Fan উপলব্ধ হৈছে। ৱাটাৰ স্প্ৰিংকলাৰ ফেনে বায়ু আৰু পানী মিহলাই প্ৰদান কৰে ঠাণ্ডা বতাহ। বিয়া বা পাৰ্টীত দেখিবলৈ পোৱা ফেনৰ দৰেই এইখন ফেন।

এইখন এখন শক্তিশালী শীতল ফেন। ই পানী স্প্ৰে কৰি গৰম বতাহ ঠাণ্ডা কৰে। এই ফেনখনে ঘৰৰ ভিতৰত আৰু বাহিৰত উভয়তে যথেষ্ট শীতলতা প্ৰদান কৰিব পৰাকৈ সক্ষম। ফেনখন পানীৰ টেপৰ লগত সংযোগ কৰা হৈছে, ফেনখনত সৰু সৰু ফুটা আছে। পানীৰ টেপটো অন কৰাৰ পিছত ফেনখন অন কৰাৰ লগে লগে ই পানীৰ বৰষুণৰ সৈতে প্ৰচণ্ড বতাহ দিয়ে। বিশেষ কথাটো হ’ল আপুনি কিমান স্প্ৰিংকলাৰ লাগে সেইটো নিয়ন্ত্ৰণ কৰিব পাৰে। সেই অনুসৰি আপুনি এডজাষ্ট কৰি ল’ব পাৰে সকলো।

DIY Crafters Fan আমাজনতো উপলব্ধ। ফেনখনৰ মূল্য ৪,১৯৭ টকা, কিন্তু আমাজনৰ পৰা ২৫৮৭ টকাতে ক্ৰয় কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ